অসম আৰক্ষীৰ কিছুমান গুৰুত্বপূৰ্ণ Questions | Important Questions on Assam Police

কোন তাৰিখে গুৱাহাটীৰ প্ৰথমগৰাকী আয়ুক্তক নিয়োগ কৰা হৈছিল? On which date was the first Commissioner of Guwahati appointed?

2015 চনৰ 1 জানুৱাৰী

গুৱাহাটীৰ প্ৰথম গৰাকী আয়ুক্তক কোনে নিয়োগ কৰিছিল ? Who appointed the first Commissioner of Guwahati?

তৰুণ গগৈ

প্ৰথম আৰক্ষী মহাপৰিদৰ্শক কোন আছিল | Who was the first Inspector General of Police?

চিচেলে প্লোডেন

গুৱাহাটীৰ প্ৰথমগৰাকী আয়ুক্ত হিচাপে কাক নিয়োগ কৰা হৈছিল ? Who was appointed as the first Commissioner of Guwahati?

জ্যোতির্ময় চক্রবর্তী

কোন চনত অসম সেনা আৰক্ষী গঠন হৈছিল | In which year the Assam Army Police was formed?

1891

অসমৰ আৰক্ষী আইনখন কেতিয়া গৃহীত হৈছিল? When was the Assam Police Act passed?

1861

1861 চনৰ আৰক্ষী আইনৰ অধীনত অসমত কিমানখন আৰক্ষী জিলাৰ সৃষ্টি হৈছিল ? How many police districts were created in Assam under the Police Act of 1861?

11

1835 চনত নগাঁও জিলাৰ অসামৰিক প্ৰশাসনৰ প্ৰধান কোন আছিল ? Who was the chief of civil administration of Nagaon district in 1835?

মিঃ গ্রেঞ্জ

আৰক্ষী আয়ুক্তৰ অধীনত গুৱাহাটীক কোন খন আৰক্ষী জিলাত বিভক্ত কৰা | Under the Commissioner of Police, Guwahati should be divided into which police district?

3

কোন চনত দণ্ডাত্মক আৰক্ষীৰ গঠন হৈছিল | In what year was the penal police formed?

1880

ৰে’ল আৰক্ষী বাহিনী (ৰে’লৱে পুলিচ ফোৰ্চ) কেতিয়া অস্তিত্বলৈ আহিছিল ? When did the Railway Police Force (Railway Police Force) come into existence?

April 1885

কোন বছৰত অসমৰ নতুন প্ৰদেশ গঠন হৈছিল? In which year was the new province of Assam formed?

1912

DIG য়ে সূচায়

ডেপুটী ইনস্পেক্টৰ জেনেৰেল (উপ-মহাপৰিদৰ্শক)

কিমান চনৰ পৰা গুৱাহাটী আৰক্ষী সঞ্চালক প্ৰধানৰ মুখ্য কাৰ্যালয় হয় ? Since how long has Guwahati become the headquarters of the Director General of Police?

1974

উপ-মহাপৰিদৰ্শক (DIG) পদবীটো কোন চনত সৃষ্টি কৰা হৈছিল চনত। The designation of Deputy Inspector General (DIG) was created in which year.

1935

পানবজাৰ আৰক্ষী থানা কোনখন আৰক্ষী জিলাৰ অধীনত? Panbazar police station comes under which police district?

কেন্দ্ৰীয় আৰক্ষী জিলা

1874 চনত বংগৰ পৰা অসম পৃথক হোৱাৰ সময়ত অসম আৰক্ষীৰ শক্তি সংখ্যা কিমান আছিল? What was the strength number of Assam Police when Assam was carved out of Bengal in 1874?

3352

তলত উল্লিখিত অসম আৰক্ষীৰ কোনটো শাখা অর্থনৈতিক অপৰাধৰ গোচৰৰ সৈতে সম্বন্ধিত? Which of the following sections of Assam Police is related to cases of economic offences?

অনুসন্ধান শাখা

এটা বিচাৰযোগ্য অপৰাধৰ বিষয়ে জ্ঞাত এজন বলি বা আক্রান্ত ব্যক্তি, সাক্ষী অথবা যিকোনো অন্য ব্যক্তিয়ে এটা কি দাখিল কৰিব পাৰে। A key may be filed by a victim or an infected person, witness or any other person who is aware of a a tried offence.

এফ আই আৰ

কোনখন সমিতি 1952 চনত চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছিল? Which committee was formed by the government in 1952?

ছাৰ এম. খুচ্‌ৰো

অসম অসামৰিক আৰক্ষী সমিতিৰ প্ৰথম সভাপতি কোন আছিল? Who was the first president of Assam Civil Police Committee?

ছাৰ ছৈয়দ মহম্মদ ছাদুল্লা

অসম অসামৰিক আৰক্ষী সমিতি কেতিয়া গঠন কৰা হৈছিল ? When was the Assam Civil Police Committee formed?

1929

কোন চনত মটৰ স্পিৰ্টি ৰেচন যোজনা প্ৰৱৰ্তন কৰা হৈছিল ? In which year was the Motor Spiti Ration Scheme introduced?

1941

সীমান্ত আৰক্ষীৰ কেতিয়া স্থাপন হৈছিল? When was the border police set up?

নৱেম্বৰ, 1974

আৰক্ষী উপ-পৰিদৰ্শকৰ অধীনত অসমৰ ৰাজ্যিক বিশেষ শাখাটো অপৰাধ অনুসন্ধান বিভাগৰ পৰা কেতিয়া দুভাগ হয় ? When was the state special branch of Assam bifurcated from the Criminal Investigation Department under the sub-inspector of police?

1965

কোন চনত ৰে’ল আৰক্ষী বাহিনী ৰ গঠন হৈছিল। In which year the Railway Police Force was formed?

1885

কোন আৰক্ষীৰ নতুন নাম হ’ল সশস্ত্ৰ আৰক্ষী । Which police’s new name is armed police

সামান্ত

অসমক কেতিয়া এখন পৃথক মুখ্য আয়ুক্তৰ প্ৰদেশ হিচাপে ঘোষণা কৰা হৈছিল? When was Assam declared a separate Chief Commissioner’s Province?

1887

20 তম শতিকাৰ শেষৰফালে অসম আৰক্ষী বাহিনীৰ কৰ্মচাৰীৰ সংখ্যা কিমান আছিল । What was the number of personnel of the Assam Police Force at the end of the 20th century?

61263

ক্রমান্বয়ে কনিষ্টবল আৰু ছাব-ইনস্পেক্টৰ (উপ-পৰিদৰ্শক) পদবীৰ বাবে প্ৰয়োজন হোৱা নিম্নতম শিক্ষামূলক অৰ্হতা কি কি ?

উচ্চ মাধ্যমিক আৰু স্নাতক

ভাৰতীয় পুলিচ সেৱা (IPS)ৰ বিষয়াসকলক কেন্দ্ৰীয় স্তৰত কি হিচাপে বিভিন্ন পদৱীত ভৰ্তি কৰোৱা হয়

অতিৰিক্ত বা সহকাৰী আৰক্ষী অধীক্ষক

বিশেষ শাখা বা অনুসন্ধানমূলক শাখাক জনপ্ৰিয়ভাৱে কি বুলি জনা যায়

অপৰাধমূলক/অপৰাধী অনুসন্ধান শাখা (CID)

আৰক্ষী বাহিনীৰ দায়িত্বত থকা শীর্ষস্থানীয় পদবীটো কি

আৰক্ষী সঞ্চালক প্রধান (DGP)

আৰক্ষী বিষয়াসকলৰ দৰমহা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ পৰা ওলায় যিবোৰ কিহৰ দ্বাৰা পৰিশোধ কৰা হয়

কৰ-পৰিশোধকাৰীসকল

কোন চনৰ আৰক্ষী আইনৰ অধীনত নিশ্চিত কৰা হয় যে এজন আৰক্ষী বিষয়াক “সদায় কৰ্তব্যৰত অৱস্থাত থকা বুলি বিবেচনা কৰা হ’ব।

1861

FIR ৰে কি সূচায়

প্রথম তথ্য প্রতিবেদন (ফাৰ্ষ্ট ইনফ’ৰমেচন ৰিপোর্ট)

“খানা তালাচী পৰোৱানা” হিচাপে তালাচী চলাবলৈ আৰক্ষী বিষয়াসকলক কাৰ অনুমতিৰ প্রয়োজন ?

দণ্ডাধীশ (মেজিষ্ট্রেট)

কোনে অসম আৰক্ষীৰ বাবে সকলো সঁজুলি নিৰ্মাণ কৰে

ভাৰতীয় গোলা-বাৰুদ কাৰখানাসমূহে

“অসম সেনা-আৰক্ষীক “অসম ৰাইফল্‌ছ” হিচাপে কোন চনত পুনঃনামাকৰণ কৰা হয়।

1920

কোন চনত 1861ৰ আৰক্ষী আইনখন অসমত প্ৰৱৰ্তন কৰা

1862

আৰক্ষী অধীক্ষক আৰু এ.ই. 1-1 ৰ অধীনত 1913 চনত গঠন হোৱা বিভাগটোৰ নাম কি

অপৰাধমূলক/অপৰাধ-অনুসন্ধান বিভাগ

কোন চনত ফৌজদাৰী কাৰ্যবিধি আইন (CRPC)খন কাৰ্যকৰীকৰণ কৰা হৈছিল

1862

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top