Table of Contents
OTBE-2021 ৰ লক্ষ্যনীয় িদশসমূহ
- এই OTB পৰীক্ষা অ্নলাইন্মাধ্যেমেৰ হ’ব ৷
- এই পৰীক্ষাৰ সন্দৰ্ভত সৰ্বসাধাৰণেত হোৱাৰ িনিচনাৈক
কোনো ধৰণৰ কািয়ক (physical or offline) কাৰ্য্যাৱলী
নাথািকব ৷ প্ৰশ্নকাকত ডাউনলোড্কৰাৰ পৰা
পৰীক্ষাবহী আপলোড্কৰাৈলেক, পৰীক্ষাৰ সকলো
প্ৰক্ৰিয়া মাত্ৰ অনলাইন্মাধ্যমেত হ’ব ৷ - সকলো পৰীক্ষা প্ৰাৰ্থীেয়, লাগতীয় সকলো সা-সজঁুিল
যেেন কম্পিউটাৰ, স্মাৰ্ট ফোন্ইত্যািদ িনেজই িনজৰ
কাৰেণ আগতীয়াৈক যোগাৰ কিৰ ল’ব কািগব ৷ সকলো
প্ৰাৰ্থীেয়, ইন্টাৰেনট্ ডাটা পেক্আৰু যাৱতীয় ইন্টাৰেনট্
সংযোগৰ কাৰেণ লগা সুিবধাসমূহ িনেজ িনেজ যোগাৰ
কিৰব লািগব যােত, এই অনলাইন্ OTB পৰীক্ষাত,
তেওঁলোেক কোনোধৰণৰ অসুিবঘাৰ সন্মুখীন
নোহোৱাৈক সুকলেম অৱতীৰ্ণ হ’ব পােৰ ৷ এইটো অিত
গুৰুত্বপূৰ্ণ আৰু মন কিৰবলগীয়া কথা যে, গুৱাহাটী
িবশ্বিবদ্যালেয়, এই সন্দৰ্ভত কোনো ধৰণৰ অিভযোগ
গ্ৰহণ নকিৰব ৷ - িবশ্বিবদ্যালেয়, এই গোেটই প্ৰক্ৰিয়াটোক ছাত্ৰ-ছাত্ৰীৰ
মাজত, আগতীয়াৈক অনুশীলনৰ কাৰেণ মুকিল কিৰ
িদব ৷
পৰীক্ষা প্ৰক্ৰিয়া
এই OTBE ৰ সন্দৰ্ভত, এজন পৰীক্ষাৰ্থীেয় মািনব লগীয়া
িনয়মিখিন তলত িদয়া হৈেছ৷ এই প্ৰক্ৰিয়াত প্ৰয়োজন হোৱা
ওেৱব্চাইট্তৰ িবস্তৃত িববৰণ আৰু অনান্য তথ্য যথাসময়ত
প্ৰকাশ কৰা হ’ব ৷
OTB পৰীক্ষা অনুস্থিত হোৱাৰ আগেত
- সকলো ছাত্ৰ-ছাত্ৰীেয় িনজৰ িনজৰ মোবাইল্নাম্বাৰ্,
িবশ্বিবদ্যালয়ৰ IUMS ব্যৱস্থা প্ৰণালীৰ জৰীয়েত
অন্তৰ্ভুক্ত কিৰব লািগব ৷ - ছাত্ৰ-ছাত্ৰী সকেল, অনুশীলনৰ কাৰেণ মুকিল কিৰ িদয়া
ওেৱব্চাইট্ত ভাগলোৱাটো বাঞ্ছনীয় ৷
OTB পৰীক্ষা অনুস্থিত হোৱাৰ িদনা
- প্ৰিতজন ছাত্ৰ-ছাত্ৰীেয় পৰীক্ষাৰ িদনা পৰীক্ষাৰ ওেৱব্
চাইট্ত িনজৰ িনজৰ তথ্যৰ যোেগিদ লগ্-ইন্ (login)
কিৰব লািগব ৷ - প্ৰিতজন পৰীক্ষাৰ্থীেয় প্ৰশ্নকাকতখন িনজৰ িনজৰ
কম্পিউটাৰ বা স্মাৰ্টফোনৈল ডাউনলোড্কিৰব লািগব ৷ - প্ৰিতজন পৰীক্ষাৰ্থীেয়, পৰীক্ষাৰ উত্তৰ, িনজৰ হােতেৰ,
বগা A4 (এ-ফ’ৰ) আকৰৰ কাগজত িলিখব লািগব
(সিবেশষ জািনবৈল এই পৃষ্ঠা চাওক)৷ পৰীক্ষাৰ্থী
সকেল, আপলোড্কিৰবলগীয়া উত্তৰ বহীৰ, সৰ্বোচ্চ
ফাইল্ৰ আকাৰৰ (file size) প্ৰিতও মন িদয়া উিচত ৷ - পৰীক্ষাৰ্থী সকেল তেওঁলোকৰ উত্তৰ বহীৰ পৃষ্ঠাবোৰক
স্কেন্ (scan) কিৰ এটা মাত্ৰ PDF (পৰ্টেবোল্ডকুেমন্ট্
ফৰমাট্) ফাইলৈল পিৰবৰ্তিত কিৰব লািগব (কেনৈক
কিৰব, তাৰ কাৰেণ তলত চাওক)৷ - পৰীক্ষাৰ অন্তত, তেওঁলোেক তৈয়াৰ কৰা PDF ফাইল্
টোক, পৰীক্ষাৰ ওেৱব্চাইট্ত আপলোড্কিৰব লািগব ৷
উত্তৰ বহী আপলোড্কৰাৰ সুিবধা, পৰীক্ষা আৰম্ভ
হোৱাৰ আধাঘন্টাৰ পাছৰ পৰা পৰীক্ষা শেষহোৱাৰ
এঘন্টাৰ পাছৈলেক উপলব্ধ হ’ব ৷
প্ৰশ্নকাকত ডাউনলোড্
প্ৰিতটো OTB পৰীক্ষাৰ কাৰেণ, প্ৰশ্নকাকতখন, পৰীক্ষা আৰম্ভ
হোৱাৰ 30 িমিনট আগেত ডাউনলোড্ৰ কাৰেণ উপলব্ধ হ’ব৷
উত্তৰ বহী আপলোড্
পৰীক্ষাৰ্থী সকেল পৰীক্ষা আৰম্ভ হোৱাৰ 30 িমিনটৰ পাছৰ
পৰা পৰীক্ষা শেষহোৱাৰ এঘন্টা পাছৈলেক, উত্তৰ বহী
আপলোড্কিৰব পািৰব৷
উদাহৰণস্বৰূেপ, যিদ পৰীক্ষাৰ সময়সীমা 09:00 বজাৰ পৰা
12:00 বজাৈলেক হয়, তেন্তে প্ৰশ্নকাকতখন 08:00 বজাত
ডাউনলোডৰ কাৰেণ উপলব্ধ হ’ব৷ আৰু পৰীক্ষাৰ উত্তৰ বহী,
পৰীক্ষাৰ্থী সকেল, 09:30 বজাৰ পৰা 13:00 বজাৈলেক
আপলোড্কিৰব পািৰব৷
আপলোডৰ উৰ্দ্ধসীমা
- পৰীক্ষাৰ অন্তত, পৰীক্ষাৰ্থীেয় উত্তৰ বহীৰ পৃষ্ঠাবোৰ
উপযুক্ত এপ্ (app) ৰ যোেগিদ (কেেনৈক কিৰব, তাৰ
কাৰেণ িনৰ্দেিশকা চাওক) এটা PDF ফাইলৈল
পিৰবৰ্তিত কিৰব লািগব৷ - PDF ফাইলটোৰ আকাৰ 5.0 MB তৈক বেিছ হ’ব
নোৱািৰব৷ - পৰীক্ষাৰ্থী এজেন এবাৰ PDF ফাইলটো আপলোড্
কৰাৰ পাছত, দ্বিতীয়বাৰ আকৌ আপলোড্কিৰব
নোৱািৰব৷ সেেযেহ, এইটো অিতশয় গুৰুত্বপূৰ্ণ আৰু
মনকিৰবলগীয়া কথা যে পৰীক্ষাৰ্থীজেন যােত এই
গোেটই প্ৰক্ৰিয়াটো আগেত অনুশীলন কেৰ৷
উত্তৰ বহী স্কেন্কিৰ PDF ফাইলৈল পিৰবৰ্তিত কৰাৰ গোেটই
প্ৰক্ৰিয়াটোৰ িবশদ িববৰণ এই পৃষ্ঠাত িদয়া আেছ৷ যিদ
কোনোেৱ, এই প্ৰক্ৰিয়াটো শুদ্ধভােৱ পালন কেৰ, তেন্তে প্ৰিত
দহখন A4 আকাৰৰ কাগজৰ কাৰেণ তৈয়াৰ হোৱা PDF
ফাইলৰ আকাৰ মাত্ৰ 2.0 MB মানেহ হ’ব৷ কােজই, প্ৰিতজন
পৰীক্ষাৰ্থীেয় এই প্ৰক্ৰিয়াটোৰ লগত িনজেক িচনাকী কিৰ
লোৱাটো বাঞ্ছনীয়৷
OTBE-2021ৰ প্ৰশ্নকাকত
এই OTBE-2021ৰ প্ৰশ্নকাকতৰ মান (marks), সেই িবষয়ৰ
সাধাৰণ গতানুগিতক প্ৰশ্নকাকতৰ মানৰ 70% হ’ব৷ উদাহৰণ
স্বৰূেপ যিদ কোনো এটা িবষয়ৰ গতানুগিতক প্ৰশ্নকাকতৰ মান
100 হয়, তেন্তে সেই িবষয়ৰ OTBE-2021ৰ প্ৰশ্নকাকতৰ মান
হ’ব 70 ৷ িকন্ত, পৰীক্ষাৰ্থী সকেল এইটো মন কৰা উিচত যে,
OTBE-2021ৰ প্ৰশ্নকাকতখনত সম্পূৰ্ণ পাঠ্যতািলকাৰ প্ৰশ্ন
থািকব৷
এই OTB পৰীক্ষাৰ প্ৰশ্নকাকতত, িকছুমান এেনকুৱা ধৰণৰ প্ৰশ্ন
থািকব যাৰ উত্তৰ িলিখবৈল পৰীক্ষাৰ্থী এজনৰ িবষয়টোৰ
ওপৰত যথোপযুক্ত উপলব্ধিৰ আৱশ্যক হ’ব৷
উত্তৰ বহীৰ নমুনা
এই পৰীক্ষাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ কাৰ্য্য হ’ল পৰীক্ষাৰ
উত্তৰ বহী তৈয়াৰ কৰা৷ এই ক্ষেত্ৰত এজন পৰীক্ষাৰ্থীেয় অিত
সাৱধানতােৰ গোেটই প্ৰক্ৰিয়াটোত মনোিনেবশ কৰা উিচত৷
পৰীক্ষাৰ্থী সকলৰ কাৰেণ সেেয়েহ, উদাহৰণমূলকভােৱ দহ
পৃষ্ঠাৰ এখন উত্তৰ বহীৰ নমুনা তৈয়াৰ কৰা হৈেছ৷ উত্তৰ
বহীখনৰ এই নমুনা এই পৃষ্ঠাৰ পৰা ডাউনলোড্কিৰব পািৰ৷
পৰীক্ষাৰ্থী সকেল এই নমুমামূলক উত্তৰ বহীখনো িনজৰ উত্তৰ
বহী িহচােব ব্যৱহাৰ কিৰব পােৰ৷
িবশদ িনয়মাৱলী আৰু িনৰ্দেিশকা সমূহ
1.সকলো প্ৰশ্নৰ উত্তৰ, পৰীক্ষাৰ্থীেয় িনজ হােতেৰ A4
আকাৰৰ বগা কাগজত িলিখব লািগব৷
2.উত্তৰ বহীৰ প্ৰথম পৃষ্ঠাত তলত িদয়া তথ্য িখিন থািকব
লািগব৷
◦ িবষয়ৰ নাম আৰু িবষয় সংেকত (subject code)
◦ পঞ্জীয়ন নং
◦ ৰোল্নং
◦ পৰীক্ষা কাকত সংেকত (paper code)
3.উত্তৰ বহীৰ সকলো পৃষ্ঠাত, একৰ পৰা ক্ৰমান্বেয় পৃষ্ঠাংক
থািকব লািগব
নমুনা িহচােব িদয়া উত্তৰ বহীখন ডাউনলোড্কিৰবৈল তলৰ
িচত্ৰত ক্লিক্ কৰক৷ এই বহীখনত দহ পৃষ্ঠা অেছ৷ কোনো
পৰীক্ষাৰ্থীৰ উত্তৰ বহীৰ পৃষ্ঠাৰ সংখ্যা দহতৈক বেিছ বা কম
হ’ব পােৰ, িকন্ত উত্তৰ বহীৰ PDF ফাইল্ৰ আকাৰ, কোনো
কাৰণেতই 5.0 MB ৰ বেিছ হ’ব নোৱািৰব৷
যিদ PDF ফাইল্ৰ আকাৰ 5.0 MB তৈক বেিছ হয়,
পৰীক্ষাৰ্থীজেন ফ্যইল্টো আপলোড্কিৰব নোৱািৰব৷
গুৰুত্বপূৰ্ণ িনৰ্দেিশকা
- পৰীক্ষাৰ্থী সকেল িনজৰ স্মাৰ্টফোন্অথবা কম্পিউটাৰত
উপযুক্ত এপচ্ (apps) ব্যৱহাৰ কৰাটো অিনবাৰ্য্য৷ এই
িবষেয় আমাৰ িনৰ্দেিশকা ইয়াত চাব পােৰ৷ - এইটো অিত গুৰুত্বপূৰ্ণ যে, পৰীক্ষাৰ্থী সকেল যেন িনজৰ
উত্তৰ বহীৰ ফটোগ্ৰাফ্ লৈ তাক আকৌ স্কেন্নকেৰ৷
এেন কিৰেল ফাইলৰ আকাৰ িনৰ্ধািৰত কিৰ িদয়া 5.0
MB তৈক বহু বেিছ হ’ব পােৰ৷ ইয়াৰ িবপৰীেত পৰীক্ষাৰ্থী
সকেল উত্তৰ িলখা পৃষ্ঠাবোৰক পোনপটীয়াৈক এপ্যোেগ
স্কেন্কৰা উিচত৷ - স্কেন্কৰোঁেত সদােয়ই পৃষ্ঠাখন ক’লা-বগা (Black &
White) কৈ স্কেন্কৰা উিচত, কাৰণ ৰঙীন স্কেন্ৰ
আকাৰ িনশ্চয়ৈক বেিছ হয়৷