Assam Minorities Development Board
অসম সংখ্যালঘু উন্নয়ন ব’র্ডৰ তৰফৰ পৰা নিম্ন উল্লেখিত বিষয়সমূহৰ পাঠ্যক্ৰমত ব’র্ডৰ আৰ্থ-সাহাৰ্যৰে (পাঠ্যক্ৰমৰ মুঠ খৰচৰ ৯০% চৰকাৰী অনুদান আৰু ১০% হিতাধিকাৰীয়ে বহন কৰিব লাগিব) অসমৰ স্থায়ী বাসিন্দাৰ অধিসূচীত ধর্মীয় সংখ্যালঘু (মুছলিম, খ্রীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী) ছাত্র-ছাত্রীৰ বাবে পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে।
গুৰুত্বপূৰ্ণ তথ্য
- ছাত্র-ছাত্রীৰ অভিভাৱকৰ বছেৰকীয়া আয় দুই লাখ (2.00 লাখ) টকাতকৈ অধিক হ’ব নােৱাৰিব।
- বাছনি মেধাভিত্তিত কৰা হ’ব আৰু কিছু আসন বিভিন্ন শ্ৰেণীৰ বাবে সংৰক্ষিত থাকিব।
- ছাত্র-ছাত্রীয়ে অনলাইনযােগে পূৰণ কৰা আবেদন প্রতিলিপিৰ লগত যাৱতীয় নথি-পত্র আপলােড কৰিব লাগিব ।
- ইয়াৰ উপৰিও এই নথি-পত্ৰ সমূহৰ ফটোকপিসহ মূল কপি কাউঞ্চিলিংৰ সময়ত লৈ আহিব লাগিব।
- কাউঞ্চিলিংৰ বাবে বাছনিকৃত আবেদনকাৰী ছাত্র-ছাত্রীসকলক পৰৱৰ্তী সময়ত কাউঞ্চিলিংৰ তাৰিখ জনােৱা হ’ব।
- ইচ্ছুক ছাত্র-ছাত্রীয়ে অহা 28/01/2022 তাৰিখৰ ভিতৰত amdb.assam.gov.in (Assam Minorities Development Board) ৱেবচাইটত অনলাইন যােগে আবেদন দাখিল কৰিব লাগিব।
- অসম্পূর্ণ আবেদন প্ৰ-পত্র গ্রহনযােগ্য নহ’ব।
- অসম সংখ্যালঘু উন্নয়ন ব’র্ডৰ বাছনি কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব।
Documents Needs
- Photo, Signature,
- HSLC Admit and Marksheet,
- HS Admit and Marksheet,
- Income Certificate,
- Voter ID, Aadhaar,
- Cast Certificate (if available )
Online Link
- Last Date: 28/01/2022
- Officially Notice Click Here
- Official website Click Here
- Online Link Click Here
Course Details
ক্রমিক নং | পাঠ্যক্ৰমৰ নাম | শিক্ষাগত অৰ্হতা | পাঠ্যক্ৰমৰ সময়সীমা | বয়স |
1 | বি.এম.এল.টি. (B.M.L.T) | উচ্চতৰ মাধ্যমিক (১০+২) বিজ্ঞান শাখাত (পি.চি.বি.ৰ সৈতে) নিম্নতম ৪৫% নম্বৰ। | ৩ ১/২ বছৰ | ১৭-২৪ বছৰ |
2 | ডি.এম.এল.টি. (D.M.L.T.) | উচ্চতৰ মাধ্যমিক (১০+২) বিজ্ঞান শাখাত (পি.চি.বি.ৰ সৈতে) নিম্নতম ৪৫% নম্বৰ। | ২ বছৰ | ১৭-২৪ বছৰ |
3 | এ.এন.এম. (A.N.M) | উচ্চতৰ মাধ্যমিকৰ (১০+২) যিকোনাে শাখাত নিম্নতম ৪০% | ৬ মাহ | ১৭-২৪ বছৰ |
4 | মেডিকেল, ইঞ্জিনিয়াৰিং ও এ.পি.এচ.চি পাঠ্যক্ৰমৰ পৰীক্ষাৰ বাবে (Coaching for Entrance Exam. (Medical, Engineering & APSC) | মেডিকেল ইঞ্জিনিয়াৰিং বাবে উচ্চতৰ মাধ্যমিক (১০+২) বিজ্ঞান শাখাত অৱতীর্ণ , অথবা উত্তীর্ণ হব লাগিব। অৱতীর্ণ প্ৰৱেশ প্রার্থীয়ে উচ্চ মাধ্যমিক (HSLC)ত নিম্নতম ৬০% অথবা উচ্চতৰ মাধ্যমিক (HS) উত্তীর্ণ প্রার্থীয়ে (পি.চি.বি./পি.চি.এম.ৰ সৈতে) নিম্নতম ৬০% নম্বৰ। | ৬ মাহ | ১৭-৩০ বছৰ |
এ.পি.এচ.চি ৰ বাবে স্নাতক (১০+২+৩) যিকোনাে শাখাত উত্তীর্ণ হব লাগিব। | ৬ মাহ | ২১-৩৮ বছৰ |
১. বি.এম.এল.টি., ডি.এম.এল.টি, আৰু এ.এন.এম. পাঠ্যক্ৰমৰ মুঠ খৰচৰ ৯০% চৰকাৰী অনুদান আৰু ১০% হিতাধিকাৰীয়ে বহন কৰিব লাগিব। মেডিকেল ও ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্রশিক্ষণৰ সম্পূর্ণ খৰচ চৰকাৰে বহন কৰিব।
2. The above schemes will be implemented subject to issue of sanction and FOC from the Govt.
For any official clarification: Cell No. 7635998002 (M) For any technical issues relating to uploading of forms: Cell No. 8822935542 (M)